electric fieldelectrical engineer

electric light (English) [ IPA: ɪˈlektrɪk ˈlaɪt ASM: ইলেকট্ৰিক লাইট]
Contributed by: Atul Ch. Kakoti on 2010-10-04
Ref: হেমকোষ (পুৰণি)
1. (Material Noun-Neuter) the glass housing in which a partial vacuum has been established that contains the filament of an incandescent electric lamp. বিজুলী শক্তিৰ সহায়ত জ্বলাব পৰা আইনাৰে তৈয়াৰী সঁজুলি, য’ত আংশিকভাৱে বায়ুমুক্ত কৰা ফোঁপোলা যতনৰ ভিতৰত এডাল বৈদ্যুতিক শলিতা লগোৱা থাকে।